Skip to Content
NoteSL
  • Home
  • Notification
  • new
  • Privacy Policy
  • About
  • Terms and Condition's
  • Class 9 Science
  • Student Helping
  • ads.txt
  • বাস্তৱ সংখ্যা
  • বহুপদ
NoteSL
      • Home
      • Notification
      • new
      • Privacy Policy
      • About
      • Terms and Condition's
      • Class 9 Science
      • Student Helping
      • ads.txt
      • বাস্তৱ সংখ্যা
      • বহুপদ
    • অনুশীলনী 2.1
    1. কিছুমান বহুপদ p(x) ৰ ক্ষেত্ৰত y = p(x) ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 ত দিয়া আছে। প্ৰতিটো ক্ষেত্ৰতে p(x) ৰ শূন্যৰ সংখ্যা উলিওৱা।
    Graph i
    (i)
    Graph ii
    (ii)
    Graph iii
    (iii)
    Graph iv
    (iv)
    Graph v
    (v)
    Graph vi
    (vi)
    চিত্ৰ 2.10

    সমাধান :
    (i) যিহেতু y = p(x) ৰ লেখডালে x অক্ষত কোনো বিন্দুত ছেদ কৰা নাই, গতিকে p(x) ৰ শূন্যৰ সংখ্যা শূন্য (0) টা।
    (ii) যিহেতু y = p(x) ৰ লেখডালে x অক্ষত মাত্ৰ এটা বিন্দুত ছেদ কৰিছে, গতিকে p(x) ৰ শূন্যৰ সংখ্যা (1) টা।
    (iii) যিহেতু y = p(x) ৰ লেখডালে x অক্ষত মাত্ৰ তিনিটা বিন্দুত ছেদ কৰিছে, গতিকে p(x) ৰ শূন্যৰ সংখ্যা (3) টা।
    (iv) যিহেতু y = p(x) ৰ লেখডালে x অক্ষত মাত্ৰ দুটা বিন্দুত ছেদ কৰিছে, গতিকে p(x) ৰ শূন্যৰ সংখ্যা (2) টা।
    (v) যিহেতু y = p(x) ৰ লেখডালে x অক্ষত মাত্ৰ চাৰিটা বিন্দুত ছেদ কৰিছে, গতিকে p(x) ৰ শূন্যৰ সংখ্যা দুটা (4) টা।
    (vi) যিহেতু y = p(x) ৰ লেখডালে x অক্ষত মাত্ৰ তিনিটা বিন্দুত ছেদ কৰিছে, গতিকে p(x) ৰ শূন্যৰ সংখ্যা (3) টা।

    • অনুশীলনী 2.2

    1. তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা।
    (i) x² - 2x - 8      (ii) 4s² - 4s + 1      (iii) 6x² - 3 - 7x
    (iv) 4u² + 8u      (v) t² - 15      (vi) 3x² - x - 4
    সমাধান:
    (i) ধৰা হ'ল p(x) = x² - 2x - 8
    p(x) = x² - (4 - 2)x - 8
    = x² - 4x + 2x - 8
    = x(x - 4) + 2(x - 4)
    = (x - 4)(x + 2)

    p(x) = x² - 2x - 8 ৰ মান শূন্য যেতিয়া
    হয়, x - 4 = 0      বা, x + 2 = 0
    ⇒ x = 4                ⇒ x = -2
    প্ৰদত্ত p(x) = x² - 2x - 8 ৰ শূন্যকেইটা হৈছে α = 4 আৰু β = -2

    [মধ্যপদ বিভাজন কৰি: x² × 8 = 8x² = 4x × 2x]

    এতিয়া, x² ৰ সহগ, a = 1; x ৰ সহগ, b = -2; ধ্ৰুৱক পদ, c = -8
    p(x) ৰ শূন্য দুটাৰ যোগফল = α + β = 4 + (-2) = 4 - 2 = 2 =
    -(-2)1
    =
    -ba
    =
    -(x ৰ সহগ)x² ৰ সহগ

    p(x) ৰ শূন্য দুটাৰ গুণফল = αβ = 4 × (-2) = -8 =
    -81
    =
    ca
    =
    ধ্ৰুৱক পদx² ৰ সহগ


    সত্যাপন কৰা হ'ল।
    (ii) ধৰা হ'ল, p(s) = 4s² - 4s + 1
    p(s) = 4s² - (2 + 2)s + 1
    = 4s² - 2s - 2s + 1
    = 2s(2s - 1) - 1(2s - 1)
    = (2s - 1)(2s - 1)

    p(s) = 4s² - 4s + 1 ৰ মান শূন্য যেতিয়া
    হয়, 2s - 1 = 0      বা, 2s - 1 = 0
    ⇒ 2s = 1                ⇒ 2s = 1
    ⇒ s =
    12
                      ⇒ s =
    12

    গতিকে, p(s) ৰ শূন্য দুটা হৈছে α =
    12
    আৰু β =
    12


    [মধ্যপদ বিভাজন কৰি: 4s² × 1 = 4s² = 2s × 2s]

    এতিয়া, s² ৰ সহগ, a = 4; s ৰ সহগ, b = -4; ধ্ৰুৱক পদ, c = 1
    p(s) ৰ শূন্য দুটাৰ সমষ্টি = α + β =
    12
    +
    12
    = 1 =
    -(-4)4
    =
    -ba
    =
    -(s ৰ সহগ)s² ৰ সহগ

    p(s) ৰ শূন্য দুটাৰ গুণফল = αβ =
    12
    ×
    12
    =
    14
    =
    ca
    =
    ধ্ৰুৱক পদs² ৰ সহগ


    সত্যাপন কৰা হ'ল।
    (iii) ধৰা হ'ল, p(x) = 6x² - 3 - 7x
    p(x) = 6x² - 7x - 3
    = 6x² - (9 - 2)x - 3
    = 6x² - 9x + 2x - 3
    = 3x(2x - 3) + 1(2x - 3)
    = (2x - 3)(3x + 1)

    p(x) ৰ মান শূন্য যেতিয়া
    হয়, 2x - 3 = 0      বা, 3x + 1 = 0
    ⇒ 2x = 3                ⇒ 3x = -1
    ⇒ x =
    32
                      ⇒ x = -
    13

    গতিকে, p(x) ৰ শূন্যকেইটা α =
    32
    আৰু β = -
    13


    [মধ্যপদ বিভাজন কৰি: 6x² × 3 = 18x² = 9x × 2x]

    এতিয়া, x² ৰ সহগ, a = 6; x ৰ সহগ, b = -7; ধ্ৰুৱক পদ, c = -3
    p(x) ৰ শূন্য দুটাৰ সমষ্টি = α + β =
    32
    + (-
    13
    ) =
    32
    -
    13
    =
    9 - 26
    =
    76
    =
    -(-7)6
    =
    -ba
    =
    -(x ৰ সহগ)x² ৰ সহগ

    p(x) ৰ শূন্য দুটাৰ গুণফল = αβ =
    32
    × (-
    13
    ) = -
    12
    =
    -36
    =
    ca
    =
    ধ্ৰুৱক পদx² ৰ সহগ


    সত্যাপন কৰা হ'ল।
    (iv) ধৰা হ'ল, p(u) = 4u² + 8u
    p(u) = 4u(u + 2)

    p(u) ৰ মান শূন্য যেতিয়া
    হয়, 4u = 0      বা, u + 2 = 0
    ⇒ u = 0                ⇒ u = -2
    গতিকে, p(u) ৰ শূন্যকেইটা হৈছে α = 0 আৰু β = -2

    এতিয়া, u² ৰ সহগ, a = 4; u ৰ সহগ, b = 8; ধ্ৰুৱক পদ, c = 0
    p(u) ৰ শূন্য দুটাৰ সমষ্টি = α + β = 0 + (-2) = -2 =
    -84
    =
    -ba
    =
    -(u ৰ সহগ)u² ৰ সহগ

    p(u) ৰ শূন্য দুটাৰ গুণফল = αβ = 0 × (-2) = 0 =
    04
    =
    ca
    =
    ধ্ৰুৱক পদu² ৰ সহগ


    সত্যাপন কৰা হ'ল।
    (v) ধৰা হ'ল, p(t) = t² - 15
    p(t) = t² - (√15)² = (t + √15)(t - √15)      [∵ a² - b² = (a + b)(a - b)]

    p(t) ৰ মান শূন্য যেতিয়া
    হয়, t + √15 = 0      বা, t - √15 = 0
    ⇒ t = -√15                ⇒ t = √15
    গতিকে, p(t) ৰ শূন্য দুটা হৈছে α = -√15 আৰু β = √15

    এতিয়া, t² ৰ সহগ, a = 1; t ৰ সহগ, b = 0; ধ্ৰুৱক পদ, c = -15
    p(t) ৰ শূন্য দুটাৰ সমষ্টি = α + β = -√15 + √15 = 0 =
    -(0)1
    =
    -ba
    =
    -(t ৰ সহগ)t² ৰ সহগ

    p(t) ৰ শূন্য দুটাৰ গুণফল = αβ = (-√15) × (√15) = -15 =
    -151
    =
    ca
    =
    ধ্ৰুৱক পদt² ৰ সহগ


    সত্যাপন কৰা হ'ল।
    (vi) ধৰা হ'ল, p(x) = 3x² - x - 4
    p(x) = 3x² - (4 - 3)x - 4
    = 3x² - 4x + 3x - 4
    = x(3x - 4) + 1(3x - 4)
    = (3x - 4)(x + 1)

    p(x) ৰ মান শূন্য যেতিয়া
    হয়, 3x - 4 = 0      বা, x + 1 = 0
    ⇒ 3x = 4                  ⇒ x = -1
    ⇒ x =
    43

    গতিকে, p(x) ৰ শূন্য দুটা হৈছে α =
    43
    আৰু β = -1

    [মধ্যপদ বিভাজন কৰি: 3x² × 4 = 12x² = 3x × 4x]

    এতিয়া, x² ৰ সহগ, a = 3; x ৰ সহগ, b = -1; ধ্ৰুৱক পদ, c = -4
    p(x) ৰ শূন্য দুটাৰ সমষ্টি = α + β =
    43
    + (-1) =
    4 - 33
    =
    13
    =
    -(-1)3
    =
    -ba
    =
    -(x ৰ সহগ)x² ৰ সহগ

    p(x) ৰ শূন্য দুটাৰ গুণফল = αβ =
    43
    × (-1) = -
    43
    =
    -43
    =
    ca
    =
    ধ্ৰুৱক পদx² ৰ সহগ


    সত্যাপন কৰা হ'ল।
    2. তলৰ যোৰকেইটাৰ সংখ্যা দুটাক ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা।
    (i)
    14
    , -1      (ii) √2,
    13
         (iii) 0, √5      (iv) 1, 1      (v) -
    14
    ,
    14
         (vi) 4, 1
    সমাধান:
    (i) ধৰা হ'ল, দ্বিঘাত বহুপদটো ax² + bx + c আৰু ইয়াৰ শূন্য দুটা α আৰু β
    আমি পাওঁ, শূন্য দুটাৰ সমষ্টি, α + β =
    14
    ⇒
    -ba
    =
    14
    ⇒
    ba
    = -
    14
    . ইয়াত, a = 4 আৰু b = -1
    শূন্য দুটাৰ গুণফল, αβ = -1 ⇒
    ca
    = -1 ⇒
    c4
    = -1 ⇒ c = -4      [∵ a = 4]
    গতিকে, a = 4, b = -1 আৰু c = -4 হোৱাৰ ক্ষেত্ৰত চৰ্ত সিদ্ধ কৰা দ্বিঘাত বহুপদটো হৈছে: 4x² - x - 4
    (ii) ধৰা হ'ল, দ্বিঘাত বহুপদটো ax² + bx + c আৰু ইয়াৰ শূন্য দুটা α আৰু β
    আমি পাওঁ, শূন্য দুটাৰ গুণফল, αβ =
    13
    ⇒
    ca
    =
    13
    . ইয়াত, a = 3 আৰু c = 1
    শূন্য দুটাৰ সমষ্টি, α + β = √2 ⇒
    -ba
    = √2 ⇒
    b3
    = -√2 ⇒ b = -3√2      [∵ a = 3]
    গতিকে, a = 3, b = -3√2 আৰু c = 1 হোৱাৰ ক্ষেত্ৰত প্ৰদত্ত চৰ্ত সিদ্ধ কৰা দ্বিঘাত বহুপদটো হৈছে: 3x² - 3√2x + 1
    (iii) ধৰা হ'ল, দ্বিঘাত বহুপদটো ax² + bx + c আৰু ইয়াৰ শূন্য দুটা α আৰু β
    আমি পাওঁ, শূন্য দুটাৰ সমষ্টি, α + β = 0 ⇒
    -ba
    = 0 ⇒ b = 0
    শূন্য দুটাৰ গুণফল, αβ = √5 ⇒
    ca
    =
    √51
    . ইয়াত c = √5 আৰু a = 1
    গতিকে, a = 1, b = 0 আৰু c = √5 হোৱাৰ ক্ষেত্ৰত প্ৰদত্ত চৰ্ত সিদ্ধ কৰা দ্বিঘাত বহুপদটো হৈছে x² + 0.x + √5, অৰ্থাৎ: x² + √5
    (iv) ধৰা হ'ল, দ্বিঘাত বহুপদটো ax² + bx + c আৰু ইয়াৰ শূন্য দুটা α আৰু β
    আমি পাওঁ, শূন্য দুটাৰ সমষ্টি, α + β = 1 ⇒
    -ba
    = 1 ⇒
    ba
    =
    -11
    . ইয়াত, a = 1 আৰু b = -1
    শূন্য দুটাৰ গুণফল, αβ = 1 ⇒
    ca
    = 1 ⇒
    c1
    = 1 ⇒ c = 1      [∵ a = 1]
    গতিকে, a = 1, b = -1 আৰু c = 1 হোৱাৰ ক্ষেত্ৰত প্ৰদত্ত চৰ্ত সিদ্ধ কৰা দ্বিঘাত বহুপদটো হৈছে: x² - x + 1
    (v) ধৰা হ'ল, দ্বিঘাত বহুপদটো ax² + bx + c আৰু ইয়াৰ শূন্য দুটা α আৰু β
    আমি পাওঁ, শূন্য দুটাৰ সমষ্টি, α + β = -
    14
    ⇒
    -ba
    = -
    14
    ⇒
    ba
    =
    14
    . ইয়াত, a = 4 আৰু b = 1
    শূন্য দুটাৰ গুণফল, αβ =
    14
    ⇒
    ca
    =
    14
    ⇒
    c4
    =
    14
    ⇒ c = 1      [∵ a = 4]
    গতিকে, a = 4, b = 1 আৰু c = 1 হোৱাৰ ক্ষেত্ৰত প্ৰদত্ত চৰ্ত সিদ্ধ কৰা দ্বিঘাত বহুপদটো হৈছে: 4x² + x + 1
    (vi) ধৰা হ'ল, দ্বিঘাত বহুপদটো ax² + bx + c আৰু ইয়াৰ শূন্য দুটা α আৰু β
    আমি পাওঁ, শূন্য দুটাৰ সমষ্টি, α + β = 4 ⇒
    -ba
    = 4 ⇒
    ba
    =
    -41
    . ইয়াত, a = 1 আৰু b = -4
    শূন্য দুটাৰ গুণফল, αβ = 1 ⇒
    ca
    = 1 ⇒
    c1
    = 1 ⇒ c = 1      [∵ a = 1]
    গতিকে, a = 1, b = -4 আৰু c = 1 হোৱাৰ ক্ষেত্ৰত প্ৰদত্ত চৰ্ত সিদ্ধ কৰা দ্বিঘাত বহুপদটো হৈছে: x² - 4x + 1
    3. দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ:
    (i) -4 আৰু
    32
         (ii) 5 আৰু 2      (iii)
    13
    আৰু -1      (iv)
    32
    আৰু -2
    সমাধান:
    (i) প্ৰদত্ত শূন্যকেইটা হৈছে -4 আৰু
    32

    শূন্যকেইটাৰ সমষ্টি = -4 +
    32
    =
    -8 + 32
    = -
    52

    শূন্যকেইটাৰ গুণফল = -4 ×
    32
    = -6
    ∴ নিৰ্ণেষ দ্বিঘাত বহুপদটো হৈছেঃ x² - (সমষ্টি)x + গুণফল = 0
    ⇒ x² - (-
    52
    )x + (-6) = 0
    ⇒ 2x² + 5x - 12 = 0
    (ii) ইয়াত, শূন্য দুটাৰ সমষ্টি = 5 + 2 = 7
    শূন্য দুটাৰ গুণফল = 5 × 2 = 10
    ∴ নিৰ্ণেষ দ্বিঘাত বহুপদটো হৈছেঃ x² - (সমষ্টি)x + গুণফল = 0
    ⇒ x² - 7x + 10 = 0
    (iii) ইয়াত, শূন্য দুটাৰ সমষ্টি =
    13
    + (-1) =
    1 - 33
    = -
    23

    শূন্য দুটাৰ গুণফল =
    13
    × (-1) = -
    13

    ∴ নিৰ্ণেষ দ্বিঘাত বহুপদটো হৈছেঃ x² - (সমষ্টি)x + গুণফল = 0
    ⇒ x² - (-
    23
    )x + (-
    13
    ) = 0
    ⇒ 3x² + 2x - 1 = 0
    (iv) ইয়াত, শূন্য দুটাৰ সমষ্টি =
    32
    + (-2) =
    3 - 42
    = -
    12

    শূন্য দুটাৰ গুণফল =
    32
    × (-2) = -3
    ∴ নিৰ্ণেষ দ্বিঘাত বহুপদটো হৈছেঃ x² - (সমষ্টি)x + গুণফল = 0
    ⇒ x² - (-
    12
    )x + (-3) = 0
    ⇒ 2x² + x - 6 = 0
    • অনুশীলনী 2.3
    1. p(x) বহুপদটোক g(x) বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নির্ণয় কৰা:
    • (i) p(x) = x3 - 3x2 + 5x - 3,      g(x) = x2 - 2
    • (ii) p(x) = x4 - 3x2 + 4x + 5,      g(x) = x2 + 1 - x
    • (iii) p(x) = x4 - 5x + 6,      g(x) = 2 - x2
    • (iv) p(x) = 2x4 + 3x3 - 2x2 - 9x - 12,      g(x) = x2 - 3
    • (v) p(x) = x6 + 3x2 + 10,      g(x) = x3 + 1
    • (vi) p(x) = 2x5 - 5x4 + 7x3 + 4x2 - 10x + 11,      g(x) = x3 + 2
    সমাধান: (i) ইয়াত, p(x) = x3 - 3x2 + 5x - 3 আৰু, g(x) = x2 - 2
    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    x - 3
    x2 - 2 ) x3 - 3x2 + 5x - 3
    x3 (-)           - 2x (+)
    -3x2 + 7x - 3
    -3x2 (+)           + 6 (-)
    7x - 9
    ভাগফলৰ প্ৰথম পদ = x3 / x2 = x
    ভাগফলৰ দ্বিতীয় পদ = -3x2 / x2 = -3

    যিহেতু (7x - 9) ৰ মাত্ৰা = 1 < (x2 - 2) ৰ মাত্রা = 2, গতিকে ইয়াৰ পিছলৈ হৰণ ক্ৰিয়া অব্যাহত ৰখাটো সম্ভৱ নহয়।
    টোকা: ভাগশেষ শূন্য হ'লেও ভাগক্রিয়া সমাপ্ত কৰা হয়।

    গতিকে, ভাগফল = x - 3
    ভাগশেষ = 7x - 9

    সত্যাপন:
    আমি জানো, ভাজক × ভাগফল + ভাগশেষ
    = (x2 - 2)(x - 3) + (7x - 9)
    = x2(x - 3) - 2(x - 3) + (7x - 9)
    = x3 - 3x2 - 2x + 6 + 7x - 9
    = x3 - 3x2 + 5x - 3 = ভাজ্য
    এনেদৰে, বিভাজন কলনবিধিটোৰ সত্যাপন কৰা হ'ল।
    (ii) ইয়াত, p(x) = x4 - 3x2 + 4x + 5 = x4 + 0.x3 - 3x2 + 4x + 5 [বহুপদটো আদর্শ ঠাঁচত লিখি]
    আৰু, g(x) = x2 + 1 - x = x2 - x + 1 [বহুপদটো আদর্শ ঠাঁচত লিখি]

    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    x2 + x - 3
    x2 - x + 1 ) x4 + 0x3 - 3x2 + 4x + 5
    x4 - x3 + x2
    (-)   (+)   (-)
    x3 - 4x2 + 4x + 5
    x3 - x2 + x
    (-)   (+)   (-)
    -3x2 + 3x + 5
    -3x2 + 3x - 3
    (+)   (-)   (+)
    8
    ভাগফলৰ প্ৰথম পদ = x4 / x2 = x2,    দ্বিতীয় পদ = x3 / x2 = x,    তৃতীয় পদ = -3x2 / x2 = -3

    যিহেতু (8) ৰ মাত্ৰা = 0 < (x2 - x + 1) ৰ মাত্রা = 2, গতিকে ইয়াৰ পিছলৈ হৰণ ক্ৰিয়া অব্যাহত ৰখাটো সম্ভৱ নহয়।

    গতিকে, ভাগফল = x2 + x - 3
    ভাগশেষ = 8
    সত্যাপন (ii):
    আমি জানো, ভাজক × ভাগফল + ভাগশেষ
    = (x2 - x + 1)(x2 + x - 3) + 8
    = x2(x2 + x - 3) - x(x2 + x - 3) + 1(x2 + x - 3) + 8
    = x4 + x3 - 3x2 - x3 - x2 + 3x + x2 + x - 3 + 8
    = x4 - 3x2 + 4x + 5 = ভাজ্য
    এনেদৰে, বিভাজন কলনবিধিটোৰ সত্যাপন কৰা হ'ল।
    (iii) ইয়াত, p(x) = x4 - 5x + 6 = x4 + 0x3 + 0x2 - 5x + 6 [বহুপদটো আদর্শ ঠাঁচত লিখি]
    আৰু, g(x) = 2 - x2 = -x2 + 2 [বহুপদটো আদর্শ ঠাঁচত লিখি]

    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    -x2 - 2
    -x2 + 2 ) x4 + 0x3 + 0x2 - 5x + 6
    x4               - 2x2
    (-)                   (+)
    2x2 - 5x + 6
    2x2               - 4
    (-)                   (+)
    -5x + 10
    ভাগফলৰ প্ৰথম পদ = x4 / (-x2) = -x2,    দ্বিতীয় পদ = 2x2 / (-x2) = -2

    যিহেতু (-5x + 10) ৰ মাত্ৰা = 1 < (-x2 + 2) ৰ মাত্ৰা = 2, গতিকে ইয়াৰ পিছলৈ হৰণ ক্ৰিয়া অব্যাহত ৰখাটো সম্ভৱ নহয়।

    গতিকে, ভাগফল = -x2 - 2
    ভাগশেষ = -5x + 10

    সत्याপন:
    আমি জানো, ভাজক × ভাগফল + ভাগশেষ
    = (-x2 + 2)(-x2 - 2) + (-5x + 10)
    = (-x2)2 - (2)2 + (-5x + 10)    [∵ a2 - b2 = (a+b)(a-b)]
    = x4 - 4 - 5x + 10 = x4 - 5x + 6 = ভাজ্য।
    (iv) দিয়া আছে, p(x) = 2x4 + 3x3 - 2x2 - 9x - 12,    g(x) = x2 - 3
    হৰণ প্ৰক্ৰিয়া:
    2x2 + 3x + 4
    x2 - 3 ) 2x4 + 3x3 - 2x2 - 9x - 12
    2x4           - 6x2
    3x3 + 4x2 - 9x
    3x3           - 9x
    4x2 - 12
    4x2 - 12
    0
    গতিকে, ভাগফল = 2x2 + 3x + 4
    ভাগশেষ = 0
    (v) দিয়া আছে, p(x) = x6 + 3x2 + 10,    g(x) = x3 + 1
    হৰণ প্ৰক্ৰিয়া:
    x3 - 1
    x3 + 1 ) x6 + 0x3 + 3x2 + 10
    x6 + x3
    -x3 + 3x2 + 10
    -x3 - 1
    3x2 + 11
    গতিকে, ভাগফল = x3 - 1
    ভাগশেষ = 3x2 + 11
    (vi) দিয়া আছে, p(x) = 2x5 - 5x4 + 7x3 + 4x2 - 10x + 11,    g(x) = x3 + 2
    হৰণ প্ৰক্ৰিয়া:
    2x2 - 5x + 7
    x3 + 2 ) 2x5 - 5x4 + 7x3 + 4x2 - 10x + 11
    2x5                      + 4x2
    -5x4 + 7x3 - 10x + 11
    -5x4                      - 10x
    7x3 + 11
    7x3 + 14
    -3
    গতিকে, ভাগফল = 2x2 - 5x + 7
    ভাগশেষ = -3
    2. দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা:
    • (i) t2 - 3,    2t4 + 3t3 - 2t2 - 9t - 12
    • (ii) x2 + 3x + 1,    3x4 + 5x3 - 7x2 + 2x + 2
    • (iii) x3 - 3x + 1,    x5 - 4x3 + x2 + 3x + 1
    সমাধান: (i) ধৰা হ'ল, p(t) = 2t4 + 3t3 - 2t2 - 9t - 12 আৰু, g(t) = t2 - 3
    এতিয়া, p(t) ক g(t) ৰে হৰণ কৰি আমি পাওঁ,
    2t2 + 3t + 4
    t2 - 3 ) 2t4 + 3t3 - 2t2 - 9t - 12
    2t4           - 6t2
    3t3 + 4t2 - 9t - 12
    3t3           - 9t
    4t2 - 12
    4t2 - 12
    0
    ভাগফলটোৰ প্ৰথম পদ = 2t4 / t2 = 2t2,    দ্বিতীয় পদ = 3t3 / t2 = 3t,    তৃতীয় পদ = 4t2 / t2 = 4

    যিহেতু ভাগশেষ শূন্য, গতিকে t2 - 3, 2t4 + 3t3 - 2t2 - 9t - 12 ৰ এটা উৎপাদক।
    (ii) ধৰা হ'ল, p(x) = 3x4 + 5x3 - 7x2 + 2x + 2 আৰু, g(x) = x2 + 3x + 1
    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    3x2 - 4x + 2
    x2 + 3x + 1 ) 3x4 + 5x3 - 7x2 + 2x + 2
    3x4 + 9x3 + 3x2
    -4x3 - 10x2 + 2x + 2
    -4x3 - 12x2 - 4x
    2x2 + 6x + 2
    2x2 + 6x + 2
    0
    ভাগফলটোৰ প্ৰথম পদ = 3x4 / x2 = 3x2,    দ্বিতীয় পদ = -4x3 / x2 = -4x,    তৃতীয় পদ = 2x2 / x2 = 2

    যিহেতু ভাগশেষ শূন্য, গতিকে x2 + 3x + 1, 3x4 + 5x3 - 7x2 + 2x + 2 ৰ এটা উৎপাদক।
    (iii) ধৰা হ'ল, p(x) = x5 - 4x3 + x2 + 3x + 1 = x5 + 0x4 - 4x3 + x2 + 3x + 1 আৰু, g(x) = x3 - 3x + 1
    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    x2 - 1
    x3 - 3x + 1 ) x5 + 0x4 - 4x3 + x2 + 3x + 1
    x5           - 3x3 + x2
    -x3                + 3x + 1
    -x3                + 3x - 1
    2
    भागফলটোৰ প্ৰথম পদ = x5 / x3 = x2,    দ্বিতীয় পদ = -x3 / x3 = -1

    যিহেতু ভাগশেষ শূন্য নহয় (ভাগশেষ = 2), গতিকে x3 - 3x + 1, x5 - 4x3 + x2 + 3x + 1 ৰ উৎপাদক নহয়।
    3. যদি দুটা শূন্য √(5/3) আৰু -√(5/3) তেন্তে 3x4 + 6x3 - 2x2 - 10x - 5 ৰ বাকী আটাইবোৰ শূন্য উলিওৱা।
    সমাধান: ধৰা হ'ল, p(x) = 3x4 + 6x3 - 2x2 - 10x - 5
    যিহেতু p(x) বহুপদটোৰ √(5/3) আৰু -√(5/3) দুটা শূন্য, গতিকে:
    (x - √(5/3))(x + √(5/3)) = x2 - (√(5/3))2 = x2 - 5/3, p(x) বহুপদৰ এটা উৎপাদক।

    এতিয়া, p(x) ক x2 - 5/3 ৰে হৰণ কৰি আমি পাওঁ,
    3x2 + 6x + 3
    x2 - 5/3 ) 3x4 + 6x3 - 2x2 - 10x - 5
    3x4           - 5x2
    6x3 + 3x2 - 10x - 5
    6x3           - 10x
    3x2                  - 5
    3x2                  - 5
    0
    ভাগফলটোৰ প্ৰথম পদ = 3x4 / x2 = 3x2,    দ্বিতীয় পদ = 6x3 / x2 = 6x,    তৃতীয় পদ = 3x2 / x2 = 3

    বিভাজন কলনবিধিৰ দ্বাৰা আমি পাওঁ:
    3x4 + 6x3 - 2x2 - 10x - 5 = (x2 - 5/3)(3x2 + 6x + 3)
    = ((3x2 - 5)/3) × 3(x2 + 2x + 1) = (3x2 - 5)(x2 + 2x + 1)

    এতিয়া, মধ্যপদ বিভাজন কৰি:
    x2 + 2x + 1 = x2 + (1+1)x + 1 = x2 + x + x + 1
    = x(x + 1) + 1(x + 1) = (x + 1)(x + 1)

    গতিকে, ইয়াৰ শূন্যকেইটাৰ প্ৰকাশ ৰাশি x = -1 আৰু x = -1।
    গতিকে, প্রদত্ত বহুপদৰ আটাইকেইটা শূন্য হৈছে: √(5/3),   -√(5/3),   -1,   -1।
    4. x3 - 3x2 + x + 2 ক এটা বহুপদ g(x) ৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল। g(x) উলিওৱা।
    সমাধান: ইয়াত, ভাজ্য p(x) = x3 - 3x2 + x + 2, ভাগফল q(x) = x - 2, ভাগশেষ r(x) = -2x + 4, ভাজক g(x) = ?

    বিভাজনৰ কলনবিধিৰ দ্বাৰা আমি জানো,
    p(x) = g(x) × q(x) + r(x)
    ভাজ্য = ভাজক × ভাগফল + ভাগশেষ
    ⇒ x3 - 3x2 + x + 2 = g(x) × (x - 2) + (-2x + 4)
    ⇒ x3 - 3x2 + x + 2x + 2 - 4 = g(x) × (x - 2)
    ⇒ x3 - 3x2 + 3x - 2 = g(x) × (x - 2)
    ⇒ g(x) = (x3 - 3x2 + 3x - 2) / (x - 2)

    এতিয়া, x3 - 3x2 + 3x - 2 ক x - 2 ৰে হৰণ কৰি আমি পাওঁ,
    x2 - x + 1
    x - 2 ) x3 - 3x2 + 3x - 2
    x3 - 2x2
    -x2 + 3x - 2
    -x2 + 2x
    x - 2
    x - 2
    0
    ভাগফলৰ প্ৰথম পদ = x3 / x = x2,    দ্বিতীয় পদ = -x2 / x = -x,    তৃতীয় পদ = x / x = 1

    গতিকে, ভাজক g(x) = x2 - x + 1।
    • অনুশীলনী 2.3
    1. p(x) বহুপদটোক g(x) বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নির্ণয় কৰা:
    • (i) p(x) = x3 - 3x2 + 5x - 3,      g(x) = x2 - 2
    • (ii) p(x) = x4 - 3x2 + 4x + 5,      g(x) = x2 + 1 - x
    • (iii) p(x) = x4 - 5x + 6,      g(x) = 2 - x2
    • (iv) p(x) = 2x4 + 3x3 - 2x2 - 9x - 12,      g(x) = x2 - 3
    • (v) p(x) = x6 + 3x2 + 10,      g(x) = x3 + 1
    • (vi) p(x) = 2x5 - 5x4 + 7x3 + 4x2 - 10x + 11,      g(x) = x3 + 2
    সমাধান: (i) ইয়াত, p(x) = x3 - 3x2 + 5x - 3 আৰু, g(x) = x2 - 2
    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    x - 3
    x2 - 2 ) x3 - 3x2 + 5x - 3
    x3 (-)           - 2x (+)
    -3x2 + 7x - 3
    -3x2 (+)           + 6 (-)
    7x - 9
    ভাগফলৰ প্ৰথম পদ = x3 / x2 = x
    ভাগফলৰ দ্বিতীয় পদ = -3x2 / x2 = -3

    যিহেতু (7x - 9) ৰ মাত্ৰা = 1 < (x2 - 2) ৰ মাত্রা = 2, গতিকে ইয়াৰ পিছলৈ হৰণ ক্ৰিয়া অব্যাহত ৰখাটো সম্ভৱ নহয়।
    টোকা: ভাগশেষ শূন্য হ'লেও ভাগক্রিয়া সমাপ্ত কৰা হয়।

    গতিকে, ভাগফল = x - 3
    ভাগশেষ = 7x - 9

    সत्याপন:
    আমি জানো, ভাজক × ভাগফল + ভাগশেষ
    = (x2 - 2)(x - 3) + (7x - 9)
    = x2(x - 3) - 2(x - 3) + (7x - 9)
    = x3 - 3x2 - 2x + 6 + 7x - 9
    = x3 - 3x2 + 5x - 3 = ভাজ্য
    এনেদৰে, বিভাজন কলনবিধিটোৰ সত্যাপন কৰা হ'ল।
    (ii) ইয়াত, p(x) = x4 - 3x2 + 4x + 5 = x4 + 0x3 - 3x2 + 4x + 5 [বহুপদটো আদর্শ ঠাঁচত লিখি]
    আৰু, g(x) = x2 + 1 - x = x2 - x + 1 [বহুপদটো আদর্শ ঠাঁচত লিখি]

    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    x2 + x - 3
    x2 - x + 1 ) x4 + 0x3 - 3x2 + 4x + 5
    x4 - x3 + x2
    (-)   (+)   (-)
    x3 - 4x2 + 4x + 5
    x3 - x2 + x
    (-)   (+)   (-)
    -3x2 + 3x + 5
    -3x2 + 3x - 3
    (+)   (-)   (+)
    8
    ভাগফলৰ প্ৰথম পদ = x4 / x2 = x2,    দ্বিতীয় পদ = x3 / x2 = x,    তৃতীয় পদ = -3x2 / x2 = -3

    যিহেতু (8) ৰ মাত্ৰা = 0 < (x2 - x + 1) ৰ মাত্রা = 2, গতিকে ইয়াৰ পিছলৈ হৰণ ক্ৰিয়া অব্যাহত ৰখাটো সম্ভৱ নহয়।

    গতিকে, ভাগফল = x2 + x - 3
    ভাগশেষ = 8

    সত্যাপন:
    আমি জানো, ভাজক × ভাগফল + ভাগশেষ
    = (x2 - x + 1)(x2 + x - 3) + 8
    = x2(x2 + x - 3) - x(x2 + x - 3) + 1(x2 + x - 3) + 8
    = x4 + x3 - 3x2 - x3 - x2 + 3x + x2 + x - 3 + 8
    = x4 - 3x2 + 4x + 5 = ভাজ্য।
    (iii) ইয়াত, p(x) = x4 - 5x + 6 = x4 + 0x3 + 0x2 - 5x + 6 [বহুপদটো আদর্শ ঠাঁচত লিখি]
    আৰু, g(x) = 2 - x2 = -x2 + 2 [বহুপদটো আদর্শ ঠাঁচত লিখি]

    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    -x2 - 2
    -x2 + 2 ) x4 + 0x3 + 0x2 - 5x + 6
    x4               - 2x2
    (-)                   (+)
    2x2 - 5x + 6
    2x2               - 4
    (-)                   (+)
    -5x + 10
    ভাগফলৰ প্ৰথম পদ = x4 / (-x2) = -x2,    দ্বিতীয় পদ = 2x2 / (-x2) = -2

    যিহেতু (-5x + 10) ৰ মাত্ৰা = 1 < (-x2 + 2) ৰ মাত্ৰা = 2, গতিকে ইয়াৰ পিছলৈ হৰণ ক্ৰিয়া অব্যাহত ৰখাটো সম্ভৱ নহয়।

    গতিকে, ভাগফল = -x2 - 2
    ভাগশেষ = -5x + 10

    সत्याপন:
    আমি জানো, ভাজক × ভাগফল + ভাগশেষ
    = (-x2 + 2)(-x2 - 2) + (-5x + 10)
    = (-x2)2 - (2)2 + (-5x + 10)    [∵ a2 - b2 = (a+b)(a-b)]
    = x4 - 4 - 5x + 10 = x4 - 5x + 6 = ভাজ্য।
    (iv) দিয়া আছে, p(x) = 2x4 + 3x3 - 2x2 - 9x - 12,    g(x) = x2 - 3
    হৰণ প্ৰক্ৰিয়া:
    2x2 + 3x + 4
    x2 - 3 ) 2x4 + 3x3 - 2x2 - 9x - 12
    2x4           - 6x2
    3x3 + 4x2 - 9x
    3x3           - 9x
    4x2 - 12
    4x2 - 12
    0
    গতিকে, ভাগফল = 2x2 + 3x + 4
    ভাগশেষ = 0
    (v) দিয়া আছে, p(x) = x6 + 3x2 + 10,    g(x) = x3 + 1
    হৰণ প্ৰক্ৰিয়া:
    x3 - 1
    x3 + 1 ) x6 + 0x3 + 3x2 + 10
    x6 + x3
    -x3 + 3x2 + 10
    -x3 - 1
    3x2 + 11
    গতিকে, ভাগফল = x3 - 1
    ভাগশেষ = 3x2 + 11
    (vi) দিয়া আছে, p(x) = 2x5 - 5x4 + 7x3 + 4x2 - 10x + 11,    g(x) = x3 + 2
    হৰণ প্ৰক্ৰিয়া:
    2x2 - 5x + 7
    x3 + 2 ) 2x5 - 5x4 + 7x3 + 4x2 - 10x + 11
    2x5                      + 4x2
    -5x4 + 7x3 - 10x + 11
    -5x4                      - 10x
    7x3 + 11
    7x3 + 14
    -3
    গতিকে, ভাগফল = 2x2 - 5x + 7
    ভাগশেষ = -3
    2. দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা:
    • (i) t2 - 3,    2t4 + 3t3 - 2t2 - 9t - 12
    • (ii) x2 + 3x + 1,    3x4 + 5x3 - 7x2 + 2x + 2
    • (iii) x3 - 3x + 1,    x5 - 4x3 + x2 + 3x + 1
    সমাধান: (i) ধৰা হ'ল, p(t) = 2t4 + 3t3 - 2t2 - 9t - 12 আৰু, g(t) = t2 - 3
    এতিয়া, p(t) ক g(t) ৰে হৰণ কৰি আমি পাওঁ,
    2t2 + 3t + 4
    t2 - 3 ) 2t4 + 3t3 - 2t2 - 9t - 12
    2t4           - 6t2
    3t3 + 4t2 - 9t - 12
    3t3           - 9t
    4t2 - 12
    4t2 - 12
    0
    ভাগফলটোৰ প্ৰথম পদ = 2t4 / t2 = 2t2,    দ্বিতীয় পদ = 3t3 / t2 = 3t,    তৃতীয় পদ = 4t2 / t2 = 4

    যিহেতু ভাগশেষ শূন্য, গতিকে Multiplication t2 - 3, 2t4 + 3t3 - 2t2 - 9t - 12 ৰ এটা উৎপাদক।
    (ii) ধৰা হ'ল, p(x) = 3x4 + 5x3 - 7x2 + 2x + 2 আৰু, g(x) = x2 + 3x + 1
    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    3x2 - 4x + 2
    x2 + 3x + 1 ) 3x4 + 5x3 - 7x2 + 2x + 2
    3x4 + 9x3 + 3x2
    -4x3 - 10x2 + 2x + 2
    -4x3 - 12x2 - 4x
    2x2 + 6x + 2
    2x2 + 6x + 2
    0
    ভাগফলটোৰ প্ৰথম পদ = 3x4 / x2 = 3x2,    দ্বিতীয় পদ = -4x3 / x2 = -4x,    তৃতীয় পদ = 2x2 / x2 = 2

    যিহেতু ভাগশেষ শূন্য, গতিকে x2 + 3x + 1, 3x4 + 5x3 - 7x2 + 2x + 2 ৰ এটা উৎপাদক।
    (iii) ধৰা হ'ল, p(x) = x5 - 4x3 + x2 + 3x + 1 = x5 + 0x4 - 4x3 + x2 + 3x + 1 আৰু, g(x) = x3 - 3x + 1
    এতিয়া, p(x) ক g(x) ৰে হৰণ কৰি আমি পাওঁ,
    x2 - 1
    x3 - 3x + 1 ) x5 + 0x4 - 4x3 + x2 + 3x + 1
    x5           - 3x3 + x2
    -x3                + 3x + 1
    -x3                + 3x - 1
    2
    ভাগফলটোৰ প্ৰথম পদ = x5 / x3 = x2,    দ্বিতীয় পদ = -x3 / x3 = -1

    যিহেতু ভাগশেষ শূন্য নহয় (ভাগশেষ = 2), গতিকে x3 - 3x + 1, x5 - 4x3 + x2 + 3x + 1 ৰ উৎপাদক নহয়।
    5. কেইটামান বহুপদ p(x), g(x), q(x) আৰু r(x) ৰ উদাহৰণ দিয়া যাতে ইহঁতে বিভাজন কলনবিধি সিদ্ধ কৰে আৰু:
    • (i) p(x) ৰ মাত্রা = q(x) ৰ মাত্রা
    • (ii) q(x) ৰ মাত্রা = r(x) ৰ মাত্রা
    • (iii) r(x) ৰ মাত্রা = 0
    সমাধান: বিভাজন কলনবি식을 সিদ্ধ কৰা ভালেমান উদাহৰণ থাকিব পাৰে আৰু (i), (ii) আৰু (iii) প্রত্যেকতে চৰ্ত দিয়া হৈছে।
    প্রত্যেকৰে একোটাকৈ উদাহৰণ তলত দিয়া হ'লঃ

    (i) ধৰা হ'ল,
    p(x) = 7x2 + 7x - 14
    g(x) = 7
    q(x) = x2 + x - 2
    r(x) = 0

    ইয়াত, g(x) × q(x) + r(x)
    = 7(x2 + x - 2) + 0
    = 7x2 + 7x - 14
    = p(x)
    p(x) = g(x) × q(x) + r(x)

    টোকা: f(x) ৰ মাত্রা → f(x) বহুপদৰ মাত্রা
    গতিকে, p(x) ৰ মাত্রা = q(x) ৰ মাত্রা, এই প্ৰদত্ত চৰ্ত সাপেক্ষে বিভাজন কলনবিধি সিদ্ধ হৈছে।
    (ii) ধৰা হ'ল,
    p(x) = 4x3 - 2x2 + 11x - 2
    g(x) = 2x2 + 5
    q(x) = 2x - 1
    r(x) = x + 3

    ইয়াত, g(x) × q(x) + r(x)
    = (2x2 + 5)(2x - 1) + (x + 3)
    = 2x2(2x - 1) + 5(2x - 1) + x + 3
    = 4x3 - 2x2 + 10x - 5 + x + 3
    = 4x3 - 2x2 + 11x - 2 = p(x)
    p(x) = g(x) × q(x) + r(x)

    গতিকে, q(x) ৰ মাত্রা = r(x) ৰ মাত্রা, এই প্ৰদত্ত চৰ্ত সাপেক্ষে বিভাজন কলনবিধি সিদ্ধ হৈছে।
    (iii) ধৰা হ'ল,
    p(x) = 2x3 - 12x2 + 3x - 15
    g(x) = 2x2 + 3
    q(x) = x - 6
    r(x) = 3

    ইয়াত, g(x) × q(x) + r(x)
    = (2x2 + 3)(x - 6) + 3
    = 2x2(x - 6) + 3(x - 6) + 3
    = 2x3 - 12x2 + 3x - 18 + 3
    = 2x3 - 12x2 + 3x - 15 = p(x)
    p(x) = g(x) × q(x) + r(x)

    গতিকে, r(x) ৰ মাত্রা = 0, এই প্ৰদত্ত চৰ্ত সাপেক্ষে বিভাজন কলনবিধি সিদ্ধ হৈছে।
    6. (i) 3x3 - x2 - 3x + 1 বহুপদটোৰ এটা শূন্য 1। ইয়াৰ বাকীকেইটা শূন্য নির্ণয় কৰা।
    সমাধান: প্ৰদত্ত বহুপদটো p(x) = 3x3 - x2 - 3x + 1। যিহেতু 1 টো p(x) ৰ এটা শূন্য, গতিকে (x - 1), p(x) ৰ এটা উৎপাদক।
    এতিয়া হৰণ প্ৰক্ৰিয়া:
    3x2 + 2x - 1
    x - 1 ) 3x3 - x2 - 3x + 1
    3x3 - 3x2
    (-)    (+)
    2x2 - 3x + 1
    2x2 - 2x
    (-)    (+)
    -x + 1
    -x + 1
    (+)   (-)
    0
    p(x) = (x - 1)(3x2 + 2x - 1)
    = (x - 1){3x2 + 3x - x - 1}
    = (x - 1){3x(x + 1) - 1(x + 1)}
    = (x - 1)(x + 1)(3x - 1)

    অতএব, x - 1 = 0 ⇒ x = 1
    x + 1 = 0 ⇒ x = -1
    3x - 1 = 0 ⇒ x = 1/3

    গতিকে, অৱশিষ্ট শূন্য দুটা হৈছে -1 আৰু 1/3।
    (ii) x4 + x3 - 9x2 - 3x + 18 বহুপদটোৰ দুটা শূন্য √3 আৰু -√3। ইয়াৰ বাকীকেইটা শূন্য নির্ণয় কৰা।
    সমাধান: প্ৰদত্ত বহুপদটো হৈছে p(x) = x4 + x3 - 9x2 - 3x + 18
    যিহেতু √3 আৰু -√3 হৈছে p(x) ৰ শূন্য, গতিকে (x - √3) আৰু (x + √3) p(x) ৰ উৎপাদক।
    ⇒ (x - √3)(x + √3) হৈছে p(x) ৰ এটা উৎপাদক
    ⇒ (x2 - 3), p(x) ৰ এটা উৎপাদক

    হৰণ প্ৰক্ৰিয়া:
    x2 + x - 6
    x2 - 3 ) x4 + x3 - 9x2 - 3x + 18
    x4           - 3x2
    (-)            (+)
    x3 - 6x2 - 3x + 18
    x3           - 3x
    (-)            (+)
    -6x2 + 18
    -6x2 + 18
    (+)            (-)
    0
    p(x) = (x + √3)(x - √3)(x2 + x - 6)
    = (x + √3)(x - √3){x2 + 3x - 2x - 6}
    = (x + √3)(x - √3){x(x + 3) - 2(x + 3)}
    = (x + √3)(x - √3)(x + 3)(x - 2)

    এতিয়া, x + √3 = 0 ⇒ x = -√3
    x - √3 = 0 ⇒ x = √3
    x + 3 = 0 ⇒ x = -3
    x - 2 = 0 ⇒ x = 2

    গতিকে, অৱশিষ্ট শূন্য দুটা হৈছে -3 আৰু 2।
    (iii) x4 + 2x3 - 26x3 + 54x - 27 বহুপদটোৰ দুটা শূন্য 3√3 আৰু -3√3। ইয়াৰ বাকীকেইটা শূন্য নির্ণয় কৰা।
    সমাধান: প্ৰদত্ত বহুপদটো হৈছেঃ p(x) = x4 - 2x3 - 26x2 + 54x - 27
    যিহেতু 3√3 আৰু -3√3 হৈছে p(x) ৰ মূল, গতিকে (x - 3√3) আৰু (x + 3√3), p(x) ৰ উৎপাদক।
    ⇒ (x - 3√3)(x + 3√3), p(x) ৰ এটা উৎপাদক
    ⇒ (x2 - 27), p(x) ৰ এটা উৎপাদক

    হৰণ প্ৰক্ৰিয়া:
    x2 - 2x + 1
    x2 - 27 ) x4 - 2x3 - 26x2 + 54x - 27
    x4                 - 27x2
    (-)                    (+)
    -2x3 + x2 + 54x - 27
    -2x3                 + 54x
    (+)                    (-)
    x2 - 27
    x2 - 27
    (-)                    (+)
    0
    p(x) = (x2 - 27)(x2 - 2x + 1)
    = (x + 3√3)(x - 3√3)(x - 1)(x - 1)

    এতিয়া, x + 3√3 = 0 ⇒ x = -3√3
    x - 3√3 = 0 ⇒ x = 3√3
    x - 1 = 0 ⇒ x = 1
    x - 1 = 0 ⇒ x = 1

    গতিকে, অৱশিষ্ট শূন্য দুটা হৈছে 1 আৰু 1।
    7. (i) 6x4 + 11x3 - 7x2 - 15x - 50 বহুপদাটোক আন Classification বহুপদ 3x + 7 ৰে হৰণ কৰাত ভাগশেষ – 15 পোৱা গ'ল। ভাগফল কি?
    সমাধান: আমি জানো,
    ভাজ্য = ভাজক × ভাগফল + ভাগশেষ

    ভাগফল =
    ভাজ্য - ভাগশেষ ভাজক
    = [ (6x4 + 11x3 - 7x2 - 15x - 50) - (-15) ] / (3x + 7)
    = (6x4 + 11x3 - 7x2 - 15x - 50 + 15) / (3x + 7)
    = (6x4 + 11x3 - 7x2 - 15x - 35) / (3x + 7)

    এতিয়া হৰণ প্ৰক্ৰিয়া:
    2x3 - x2 - 5
    3x + 7 ) 6x4 + 11x3 - 7x2 - 15x - 35
    6x4 + 14x3
    (-)    (-)
    -3x3 - 7x2
    -3x3 - 7x2
    (+)    (+)
    -15x - 35
    -15x - 35
    (+)    (+)
    0
    ... ভাগফল = 2x3 - x2 - 5
    (ii) এটা বহুপদক x2 - 2 ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্রমে 2x2 + 5x - 2 আৰু -x + 14 পোৱা গ'ল। বহুপদটো নিৰ্ণয় কৰা।
    সমাধান: আমি জানো,
    ভাজ্য = ভাজক × ভাগফল + ভাগশেষ
    = (x2 - 2)(2x2 + 5x - 2) + (-x + 14)
    = 2x4 - 4x2 + 5x3 - 10x - 2x2 + 4 - x + 14
    = 2x4 + 5x3 - 6x2 - 11x + 18

    .. নিৰ্নেয় বহুপদটো হৈছে 2x4 + 5x3 - 6x2 - 11x + 18

















    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli
    ×

    তোমালোকৰ প্ৰশ্ন ?

    প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join কৰা আৰু Class/Semester বাচি লোৱাটো বাধ্যতামূলক।

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website